Show/Hide Keyboard Layout

এয়াতো নহয়

- হেমেন হাজৰিকা

এয়াতো নহয়

অহাৰ সময়

অ' বৰষা কিয় আহিলি ?

গ'ল মধুক্ষণ হ'ল বিফল লগন

আহিবনে কৰবীৰে কৰবী শুৱাই

মন গগণা বজাই ।

 

কিয়নো বজালি তোৰ

মেঘৰ মাদল

কিয়নো নাচিছ তই হৈ উত্ৰাৱল

যেনেকে হাঁহিছ তেনে হাঁহি দেখা নাই

বুকু চমেচমায় যায় ।

 

নাজানো মন মালিনী

মোৰে নে বন বননিত

ফুলত ফাগুন ফুলা নাই ।

 

এইয়াতো নহয় যোৱাৰ সময়

অ' বৰষা কিয়নো গ'লি

গ'ল মধুক্ষণ হ'ল বিফল লগন

আহিবনে ...

Hits: 1060